Funny Quotes & Status in Assamese, Funny Quotes on Love & Girls (অসমীয়াত জমনি লাইন)

"নিজৰ প্ৰসংশা নিজেই কৰক আপোনাৰ বিষয়ে বেয়াকৈ ক'বলৈ বহুতো আছে"

"একাপ চাহ তেওঁৰ নামত যাৰ মোৰ সফলতাৰ বাবে মূৰৰ বিষ হয়"

"জীৱনত যিসকলে আপোনাক ভাল ব্যৱহাৰ কৰে তেওঁলোকক ধন্যবাদ যাচক আৰু যিসকলে বেয়াকৈ ব্যৱহাৰ কৰে তেওঁলোকক বিদায় দিয়ক, এটা কথা ভাবিব যে, সকলো মানসিক ৰোগী চিকিৎসালয়ত থকাটো সম্ভৱ নহয়"

"প্ৰেম যেতিয়া হ'লেও হ'ব পাৰে কাৰণ বুদ্ধি নষ্ট হোৱাৰ কোনো নিদিষ্ট বয়স নাথাকে"

"ঠিক আছে কোৱা 'wrong' শব্দটোক অসমীয়াত কি বুলি কয়? যিয়ে ভুল ক'ব সি আজি পাৰ্টী দিব লাগিব"

"যিদৰে মানুহৰ বয়স বাঢ়ি আহিব সেইদৰে মানুহবোৰ ধনী হৈ গৈ থাকে, ৰূপ বুলি বিচাৰিলে দাঁতত সোণ, মণি দুচকুত, তেজত চেনী আৰু পেটত পাথৰ পোৱা যায়, এইয়াই জীৱনৰ সত্যতা"

"ভাল কথা যে হোৱাটচএপৰ অসমীয়া ভাৰ্জন নাই অন্যথা 'Last Seen' ক অসমীয়াত 'অন্তিম দৰ্শন' বুলি ক'ব লগা হ'ল হেতেন"

"জীৱনৰ দৌৰত ধৈৰ্যৰ যতন ল'ব এনেকুৱা নহওক যাতে আপুনি দৌৰোতে দৌৰোতে ভাগৰ লাগি আপুনি ৰৈ যাব আৰু আপোনাৰ পেটটো আগবাঢ়ি যাবগৈ"

"জীৱনটো জীয়াই থকাৰ দুটা উপায় আছে যেতিয়া সেই দুটা উপায়ৰ বিষয়ে তুমি জানিবা মোকো ক'বা"

"নিজকে অনুপযোগী বুলি নাভাবিব কিয়নো আপুনি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছৰ বাবে গছ জীয়াই থাকে"

"ভাৰতত কেৱল দুটাই মাত্ৰ বিস্কুট নিৰ্মাণ কৰা কোম্পানি আছে -এটা মেৰী গল্ড -আনটো পাৰ্লি জি কথা হ'ল এটাক কাপত সুমুৱাবই নোৱাৰি আৰু আনটো কাপত সুমুৱা লগে লগেই শেষ হৈ যায়"

"কৰোণাক লৈ ভয় খাব নালাগে কাৰণ ই Made in China

"কিছুমান মানুহে ইমানে লেট ৰিপলাই কৰে যে গম পোৱা নাযায় ৰিপলাই দিছে নে কুৰিয়াৰ পঠাইছে।" Assamese Funny Status on Girls, Funny Quotes on Girls in Assamese "কিছুমান ছোৱালীয়ে ইমানে লিপষ্টিক লগাই যে যদি সিহঁতে তাজমহলটোক চুমা খাই দিয়ে লাল কিল্লা বনাই দিব।"

"মানি লৈছোঁ তোমাৰ হৃদয়ত বেলেগৰ বাবে ঠাই আছে কিন্তু হাওঁফাওত হ'লেওতো মোক অলপ ঠাই দিব পাৰা"

"মাৰিবই বিচাৰিছা যদি এবাৰ কৈ দিয়া হ'লেও হয় এনেকৈ মেকাপ নকৰাকৈ সমুখত উলোৱাৰ কি দৰকাৰ আছিল?"

"গাৰ্লফ্ৰেইণ্ড বনোৱাৰ পাছতহে গম পোৱা যায় যে, ১০০ টকীয়াৰো চকলেট থাকে"

Next Post Previous Post