22 Best Inspiring Motivational Positive Quotes in Assamese

 


Best Inspirational & Positive Quotes in Assamese


সকলো সময়ত হয় গতিকে নিজৰ কৰ্ম কৰি থাকক
বিচৰা মতেই এদিন সকলো সম্ভৱ হ’ব।


যদি আপুনি উৰিব বিচাৰে তেন্তে আপোনাক 
তললৈ নমাই আনিব পৰা সকলো ত্যাগ কৰক।


পজিটিভ হৈ থকা মানে এইটো নুবুজায় যে
জীৱনত সকলো ভালেই চলি আছে,
কিন্তু এইটো বুজাব যে, সকলোতে ভাল দেখি পোৱা।


জীৱনত দহ শতাংশ মানহে নিজেই নিজেই হয়
বাকী প্ৰায় নব্বৈ শতাংশ পৰিস্থতিৰ লগত আপোনাক
কিদৰে ৰিয়েক্ট কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে।


পিচলৈ উভটি চাই সময় নষ্ট নকৰিব
কাৰণ আপুনি সেই পথেৰে আগ নাবাঢ়ে।


যেতিয়া আপুনি বেলিৰ পোহৰ বিচাৰি নাপায়
তেতিয়া নিজেই বেলি হৈ পৰক।


আপোনাৰ জীৱনত হ’বলগীয়া বা হৈ যোৱা
প্ৰতিটো ঘটনাৰ বাবে দায়ী একমাত্ৰ আপুনি
আৰু এই কথাটো যিমান সোনকালে মানি ল’ব পাৰিব
সিমানেই আপোনাৰ জীৱনটো আগতকৈ ধুনীয়া হৈ পৰিব।


পলমকৈ হ’লেও বনক কিন্তু কিবা নহয় কিবা বনক
কাৰণ মানুহে সময়ৰ লগে লগে
চেহেৰাটো নাচায়, পকেটটোহৈ চায়।


পৃথিৱীখনক সলনি কৰিবলৈ হ’লে 
নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়ক,
অন্যথা আপোনাৰ উপদেশৰ প্ৰয়োজন নাই।


সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে
সেইদুটা হৈছে “চেষ্টা আৰু পৰিশ্ৰম”


পৰিচয়ৰ পৰা পোৱা কাম 
অলপ সময়লৈকেহে বৰ্তি থাকে কিন্তু
নিজৰ কৰ্মৰ বাবে পোৱা পৰিচয়
মৃত্যুৰ পাচটো থাকি যায়।


আমি বিচৰা সকলোখিনি পালেহে যে আমি 
সুখী হ’ব পাৰিম তেনে নহয়, আচলতে আমি 
বৰ্তমান আমাৰ জীৱনত যিখিনি আছে তাক লৈ
সন্তুষ্ট হ’ব পাৰিলেহে সুখী হ’ব পাৰিম।


এটা কথা সদাব মনত ৰাখিবা
শুভকামনাবোৰ কেতিয়াও বিফল নহয়
কেৱল ভাল সময়ৰ প্ৰয়োজন।


আমাক তো সুখতহে সংগী লাগে
দুখত আমাৰ মা’য়েই যথেষ্ট।


জীৱনৰ হাত নাথাকে কিন্তু কেতিয়াবা কেতিয়াবা
এনেকুৱাকৈ চৰ মাৰে যে গোটেই জীৱন মনত থাকি যায়।


সেইটো ৰাস্তাতহে ভীৰ হয় যিটো ৰাস্তাত আগবাঢ়িবলৈ সহজ
কিন্তু ইয়াৰ মানে এটো নহয় যে সহজ হ’লেই শুদ্ধ হ;ব
গতিকে নিজৰ ৰাস্তা নিজেই নিৰ্বাচন কৰক কাৰণ
আপোনাৰ বিষয়ে আপোনাতকৈ ভাল কোনেও নাজানে।


এই পৃথিৱীত অসম্ভৱ বুলিবলৈ একো নাই
যি আমি ভাবো সেইটো আমি কৰিবও পাৰো
আৰু আমি সেই সকলো চিন্তা কৰিব পাৰো
যি আমি আজিলৈকে ভাবি পোৱা নাই।


মাজ বাটৰ পৰা উভটি একো লাভ নাই
কাৰণ উভটি যাবলৈ যিমান দূৰ অতিক্ৰম কৰিব লাগিব
সিমানেই দূৰ অতিক্ৰম কৰিলে আমি আমাৰ লক্ষ্যত
উপনীত হ’ব পাৰিম।


সফলতাই আমাক পৃথিৱীখনৰ লগত ষিনাকী কৰাই দিয়ে
আৰু অসফলতাই পৃথিৱীখনক চিনি পোৱাত সহায় কৰে।


মহানতা মানে এটো নুবুজায় যে
আপুনি কেতিয়াও হাৰি পোৱা নাই,
মহানতা মানে এইটোকহে বুজায়
যে, আপুনি হাৰি হাৰিও জয়ী হয়।


আপুনি সময়ত যদি নিজৰ ভুল স্বীকাৰ নকৰে
তেন্তে আপুনি পুনৰ এটা ভুল কৰি পেলায়,
আপুনি ভুলৰ পৰা তেতিয়াহে কিবা এটা শিকিব
যেতিয়া আপুনি নিজৰ ভুল মানি ল’বলৈ শিকিব।


যদি আপুনি সেই কথাবোৰ ভাবি থাকে
যিবোৰত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে
তেন্তে আপোনি নিজৰ সময়বোৰক নষ্ট 
কৰাৰ বাদে একো কৰি নাথাকে।

Next Post Previous Post