APJ Abdul Kalam Quotes in Assamese | Motivational Assamese Quotes by Dr APJ Abdul Kalam | ড এ পি জে আব্দুল কালামৰ মহান উক্তি



APJ Abdul Kalam Quotes in Assamese | Best Life Quotes by Abdul Kalam | Motivational Assamese Quotes by Abdul Kalam sir. 





 ১)
সপোন সফল হোৱাৰ আগত 
আমি এনে এটা সপোন দেখিব লাগিব 
যিটোক আমি বাস্তৱায়িত কৰিবলৈ যঁজিব পাৰোঁ।


২)
শিক্ষণ এনে এক মহান স্বৰূপ যি যিকোন ব্যক্তিৰ
ব্যক্তিত্ব, চৰিত্ৰ, ক্ষমতা আদি গঢ়ি তুলে।


৩)
যদি তুমি সূৰ্যৰ দৰে হ’ব খোজা তেন্তে 
প্ৰথমে সূৰ্যৰ দৰে হ’বলৈ শিকা।


৪)
আমি কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নালাগে
আৰু সমস্যাই যাতে আমাক হৰুবাব নোৱাৰে
তাৰ প্ৰতি গুৰুত্ব দিব লাগে।


৫)
আহক আমি আজি পৰিশ্ৰম কৰোঁ যাতে
অনাগত দিনবোৰ আমাৰ সন্তানৰ বাবে
সুচল হৈ পৰে।


৬) 
অপেক্ষা কৰাজনে সিমানহে পায়
যিমান চেষ্টা কৰাজনে এৰি থৈ যায়।


৭) 
যিদিনা আমাৰ চহীটো অটর্গ্ৰালৈ পৰিণত হ’ব 
বুজি ল’ব যে আমি সফল হৈছোঁ।


৮)
ভালপাবলৈ তো গোটেই জীৱনটোও কম পৰি যায়
কিন্তু নাজানো মানুহে মানুহক হিংসা কৰিবলৈ সময় ক’ব বিচাৰি পায়।


৯)
আমি আমাৰ ভৱিষ্যত সলনি কৰিবলৈ হ’লে
প্ৰথমে নিজক সলনি কৰিব লাগিব।




১০)
আমাক কঠিনতাৰ খুবেই আৱশ্যক
কিয়নো সফলতাৰ আনন্দ লভিললৈ 
কঠিনতা খুবেই জৰুৰী।


১১)
কাৰোবাক হৰুৱাটো একেবাৰে সহজ কিন্তু
কাৰোবাৰ বাবে হাৰি যোৱাটো আটাইতকৈ কঠিন।


১২)
জীৱনৰ জটিলতাৰ পাছত পোৱা
সফলতাই আমাক প্ৰকৃত আনন্দ দিয়ে।


১৩)
জীৱনত সকলো হেৰুৱাৰ পাছতো যদি
আপোনাৰ মনত পুনৰ কিবা এটা কৰিবলৈ 
উদ্যমতা আছে তেন্তে বুজিব যে 
আপুনি এতিয়াও একো হেৰুৱা নাই।


১৪)
চেষ্টা নকৰিলে কেতিয়াও সফলতাক চুব নোৱাৰি
আৰু চেষ্টা কৰিলে কেতিয়াও বিফলতা নাহে।


১৫)
সুখী হ’বলৈ হ’লে সদায় এটা কথা মনত ৰাখিব যে
আশা কেৱল নিজক লৈ কৰক; আনক লৈ নহয়।


১৬)
সপোন সেইয়া নহয় যি দুচকু মুদি দেখি
সপোন সেইয়াহে যি দুচকু মেলি দেখি।


১৭)
এটা কথা সদায় মনত ৰাখিবা যে
আমাৰ আত্মসন্মান আমাৰ আত্মনিৰ্ভৰশীলতাৰ পৰা আহে।


১৮)
আমি সদায় এটা কথা মানি চলিব লাগিব যে
আমি কিছুমান বস্তু সলনি কৰিবলৈ অসমৰ্থ।


১৯)
যদি আমি মনৰ পৰাই স্বাধীন নহয়
আমাক কোনেও আদৰ নকৰে।


২০)
অসলতাৰ নামৰ ৰোগৰ বাবে
আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেই
আটাইতকৈ শ্ৰেষ্ট ঔষধ।


২১)
তোমাৰ মগজুটোৱেই তোমাৰ বাবে
একমাত্ৰ সমস্যাৰ কাৰণ কিয়নো 
ই সেই সকলো অপ্ৰয়োজনীয় কথা কঢ়িয়াই লৈ ফুৰে।


২২)
বদনাম হোৱাৰ ভয় কেৱল সেইজনৰ হে থাকে
যিজনে পৰিচয় গঢ়িবলৈ ভয় কৰে।


২৩)
সফল তেতিয়াহে হয় যেতিয়া আপোনাৰ স্বাক্ষৰ 
অটগ্ৰাফলৈ পৰিণত হৈ পৰিব।


২৪)
জীৱনলৈ সমস্যাসমূহ আপোনাক ধ্বংস কৰিবলৈ নাহে
বৰঞ্চ সমস্যাসমূহে আপোনাৰ মাজত নিৰ্হিত হৈ থকা
শক্তি, বিশ্বাস আৰু প্ৰতিভাক পৰিচয় কৰাই দিবলৈহে আহে।


২৫)
অকলশৰে আগবাঢ়িবলৈ শিকি লওক কিয়নো
আজি যিবোৰ মানুহ আপোনাৰ জীৱনত আছে
কাইলৈ নাথাকিবও পাৰে।


২৬)
আপুনি নিজৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে
নিজৰ সপোনবোৰক সন্মান কৰিবলৈ জানিব লাগিব।


২৭)
সৰু লক্ষ্য একোটা অপৰাধৰ দৰে
গতিকে লক্ষ্য সদায় মহান হোৱা উচিত।


২৮)
মই সুন্দৰ নহয় কিন্তু মই মোৰ হাতদুখন
তেওঁলৈ আগবঢ়াই দিব পাৰো যাক মোৰ সহায়ৰ
প্ৰয়োজন কাৰণ সুন্দৰতাৰ প্ৰয়োজন হৃদয়ত থাকে
চেহেৰাত নহয়।


২৯)
আপোনাৰ জিৱনক সলনি কৰিবলৈ হ’লে
ভাবি থকাতকৈ কাম কৰিবলৈ আৰম্ভ কৰি দিয়ক।


৩০)
কৃত্ৰিম সুখৰ পাছত দৌৰাতকৈ
কঠিন উপলব্ধিবোৰৰ পাছত দৌৰক
বহু কথা শিকিবলৈ পাৰিব।



Next Post Previous Post